স্নাতক ডিগ্ৰীধাৰী ST(P) আৰু OBC শ্ৰেণীৰ যুৱক–যুৱতীলৈ ৰাজ্য চৰকাৰে দিব ৫০ হাজাৰ টকাকৈ, ফৰ্ম ডাউনলোড কৰিবলৈ ইয়াত ক্লিক কৰক এই সাহায্যৰ বাবে আবেদনৰ অন্তিম তাৰিখ ১০ ডিচেম্বৰ। - Digital Gyan Assam

Latest

ALL TYPE OF JOB NOTIFICATIONS UPDATE HERE

Search Here

Monday, December 7, 2020

স্নাতক ডিগ্ৰীধাৰী ST(P) আৰু OBC শ্ৰেণীৰ যুৱক–যুৱতীলৈ ৰাজ্য চৰকাৰে দিব ৫০ হাজাৰ টকাকৈ, ফৰ্ম ডাউনলোড কৰিবলৈ ইয়াত ক্লিক কৰক এই সাহায্যৰ বাবে আবেদনৰ অন্তিম তাৰিখ ১০ ডিচেম্বৰ।


স্নাতক ডিগ্ৰীধাৰী ST(P) আৰু OBC শ্ৰেণীৰ যুৱক–যুৱতীলৈ ৰাজ্য চৰকাৰে দিব ৫০ হাজাৰ টকাকৈ :

APPLICATION FOR FINANCIAL ASSISTANCE TO GRADUATE UNEMPLOYED ST(P) / OBC YOUTHS
নিবনুৱা যুৱক–যুৱতীসকলৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ আঁচনি। ৫০ হাজাৰকৈ টকা আৰ্থিক সাহায্য প্ৰদান কৰিব নিবনুৱা যুৱক–যুৱতীক। নিবনুৱাসকলক কৰ্মোদ্যমী কৰি তোলাৰ মানসেৰে এই আঁচনি ৰাজ্য চৰকাৰৰ। ST(P) আৰু OBC শ্ৰেণীৰ যুৱক–যুৱতীসকলৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। এই সাহায্যৰ বাবে আবেদনৰ অন্তিম তাৰিখ ১০ ডিচেম্বৰ। অৰ্থাৎ আপোনাৰ হাতত মাত্ৰ চাৰিদিন সময় আছে। এই আৰ্থিক অনুদানৰ বাবে অনলাইন বা অফলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব নিবনুৱা যুৱক–যুৱতীসকলে।
কি কি লাগিব আবেদনৰ বাবে :

Documents to be enclosed:

i. Caste Certificate issued by concerned authority.
ii. Affidavit signed by notary regarding applicant’s unemployment status.
iii. Household Income Certificate issued by concerned authority.
iv. Graduation pass certificate.
v. HSLC Admit Card(for proof of age )
vi. Passport size photo.
vii. Photocopy of Bank pass book.
viii. Proof of Identity – Voter ID/Pan Card/Driving License/AADHAR etc. (any one document to be 
submitted).
ix. Brief proposal/Scheme for which the amount is proposed to be utilized. (limiting to an amount of maximum 
of Rs. 50,000)
x. Proof of working outside the state (if any).

আবেদনকাৰী স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে বয়স হ’ব লাগিব ২৫ৰ পৰা ৪৫ বছৰ। পৰিয়ালৰ বাৰ্ষিক আয় ২ লাখ টকাতকৈ কম হ’ব লাগিব। www.directorwptbc.assam.gov.in বেৱছাইটত গৈ ইয়াৰ সবিশেষ জানিব পাৰিব।  
ক’ত জমা দিব লাগিব আবেদন :

আবেদন পত্ৰ জমা দিয়াৰ ঠিকনা –
ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়
ৰুক্মিণী নগৰ, গুৱাহাটী–৬, অসম
আবেদনৰ ফৰ্ম ডাউনলোড কৰাৰ বাবে ক্লিক কৰক  https://tinyurl.com/y6s7wakh লিংকত।

◆Subscribe Our YouTube channel : Digital Gyan
◆Join Our WhatsApp Group :Digital Gyan
◆Follow On Instragram : Click Here ◆FaceBook Page : Digital Gyan ◆Follow On Twitter: Digital Gyan

3 comments:

  1. Dada amar tu certificate ohai nai apply koribo parim ne sage

    ReplyDelete
  2. Need to sent original Notary copy & Income proof certificate along with application or else we need to send only xerox copies..pls advice..

    ReplyDelete

You Can Visit Our YouTube Channel : Digital Gyan