Assam History GK for SI,APSC, PNRD, DHS, APDCL, TET, Agriculture,Assam Police : Assam GK MCQ Part 1 - Digital Gyan Assam

Latest

ALL TYPE OF JOB NOTIFICATIONS UPDATE HERE

Search Here

Tuesday, October 19, 2021

Assam History GK for SI,APSC, PNRD, DHS, APDCL, TET, Agriculture,Assam Police : Assam GK MCQ Part 1

Assam History GK for SI,APSC, PNRD, DHS, APDCL, TET, Agriculture,Assam Police : Assam GK MCQ Part 1


Assam History GK for SI,APSC, PNRD, DHS, APDCL, TET, Agriculture,Assam Police : Assam GK MCQ Part 1

Here are a total of 30 Assam History GK on Ahom Kingdom for your upcoming APSC Prelims exam. Read all these important GK on Ahom Dynasty of Ancient History of Assam in order to answer the questions :

১. অসমৰ প্ৰাচীন নাম কি ?

Ans : প্ৰাগজ্যোতিষপুৰ

২. কাৰ দিনত চীনা পৰিব্ৰাজক অসমলৈ আহে ?

Ans : ভাস্কৰবৰ্মাৰ দিনত ৷

৩. চীনা পৰিব্ৰাজকজনৰ নাম কি ?

Ans : হিউৱেন চাং

৪. ‘অসম’ নাম কেতিয়াৰ পৰা হয় ?

Ans : আহোমসকলৰ ৰাজত্ব কালৰ পৰা ৷

৫. আহোমসকলৰ আদি ৰজা কোন আছিল ?

Ans : চুকাফা ৷

৬. আহোমৰ শেষ ৰজাজনৰ নাম কি ?

Ans : স্বৰ্গদেউ পুৰন্দৰ সিংহ ৷ 

৭. আহোমসকলে কিমান বছৰ অসমত শাসন

 কৰিছিল ?

Ans : প্ৰায় ৬০০ বছৰ ৷

৮. আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল ?

Ans : ইটাখুলি ৰণ (১৬৮২ খ্ৰী:) ৷

৯. কোনজন আহোম ৰজাই নিজৰ মাকৰ স্মৃতিচিহ্ণ  হিচাপে জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ

 কৰাইছিল ?

Ans : স্বৰ্গদেউ ৰুদ্ৰ সিংহই ৷

১০. আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি ?

Ans : চুলিকফা (ৰত্নধ্বজ সিংহ) ৷ 

Assam Static GK for SI,Police,APSC, PNRD, DHS, APDCL, TET, Agriculture,Assam GK MCQ Part 1

১১. শিৱসাগৰত কাৰেংঘৰ কোনে সজাইছিল ?

Ans : স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই (১৭৫১ চনত) ৷

১২. ৰংঘৰ কোনে সজাইছিল ?

Ans : স্বৰ্গদেউ প্ৰমত্ত সিংহয় (১৭৪৬ চনত) ৷

১৩. অসমলৈ সৰ্বপ্ৰথম মানসকলক কোনে আনিছিল ?

Ans : বদন বৰফুকনে ৷

১৪. কেতিয়াৰ পৰা অসম বৃটিছৰ অধীনলৈ যায় ?

Ans : ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ দিনা (ইয়াণ্ডাবু

 সন্ধিৰ ফলস্বৰূপে) ৷

১৫. কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং

 অসমলৈ আহিছিল ?

Ans : কুমাৰ ভাস্কৰ বৰ্মৰ দিনত ৷

১৬. কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল ?

Ans : নৰনাৰায়ণ ৷

১৭. শৰাইঘাটৰ ৰণ কাৰ দিনত হৈছিল ?

Ans : চক্ৰধ্বজ সিংহৰ দিনত ৷

১৮. শৰাইঘাটৰ ৰণত আহোমৰ সেনাপতি কোন আছিল ?

Ans : লাচিত বৰফুকন ৷

১৯. শৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি কোন

 আছিল ?

Ans : ৰাম সিংহ ৷

২০. মণিৰাম দেৱানক কেতিয়া ফাঁচী দিয়া হৈছিল ?

Ans : ১৮৫৮ চনৰ ২৬ ফ্ৰেব্ৰুৱাৰীত ৷

২১. আহোমৰ সৰ্বপ্ৰথম ৰজা জনৰ নাম কি আৰু তেওঁ

 কিমান বছৰ ৰাজত্ব কৰিছিল ?

Ans : চুকাফা ৷ মুঠ ৪০ বছৰ ৰাজত্ব কৰিছিল ৷

২২. হাজোৰ পোৱা মক্কা মছজিদটো কোনে নিৰ্মাণ

 কৰিছিল ?

Ans : গিয়াচুদ্দিন আউলিয়াই ৷

২৩. কোনজন অসমীয়াই বৃটিছৰ বিৰুদ্ধে প্ৰথম

 বিদ্ৰোহ ঘোষণা কৰিছিল ?

Ans : গোমধৰ কোঁৱৰে ৷

২৪. ধোদৰ আলি কোনজন ৰজাৰ দিনত নিৰ্মাণ

 কৰিছিল ?

Ans : স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত ৷

২৫. স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ পূৰ্বৰ নাম কি আছিল ?

Ans : লাই কোঁৱৰ ৷

২৬. নেঘেৰিটিঙৰ শিৱ’দল কোনে নিৰ্মাণ কৰাইছিল ?

Ans : স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ৷

২৭. আহোমৰ প্ৰথম ৰাজধানী ক’ত আছিল ?

Ans : চৰাইদেউত ৷

২৮. বৰ্মন বংশৰ শেষ ৰজাজন কোন আছিল ?

Ans : কুমাৰ ভাস্কৰ বৰ্মন ৷

২৯. কুশল কোঁৱৰক কেতিয়া ফাঁচী দিয়া হৈছিল ?

Ans : ১৯৪৩ চনৰ ১৫ জুনত ৷

৩০. মহাভাৰতৰ যুদ্ধত কোনজন অসমৰ ৰজাই

 অংশগ্ৰহণ কৰিছিল ?

Ans : ভগদত্ত ৰজাই ৷

1 comment:

You Can Visit Our YouTube Channel : Digital Gyan