Assam Static GK for SI,APSC, PNRD, DHS, APDCL, TET, Agriculture,Assam Police : Assam GK MCQ Part 1 - Digital Gyan Assam

Latest

ALL TYPE OF JOB NOTIFICATIONS UPDATE HERE

Search Here

Monday, October 18, 2021

Assam Static GK for SI,APSC, PNRD, DHS, APDCL, TET, Agriculture,Assam Police : Assam GK MCQ Part 1

Assam Static GK for SI,APSC, PNRD, DHS, APDCL, TET, Agriculture,Assam Police : Assam GK MCQ Part 1

Assam Static GK for SI,APSC, PNRD, DHS, APDCL, TET, Agriculture,Assam Police : Assam GK MCQ Part 1

In this article we have provided you Assam GK Quiz Questions and Answers. So, read all these important Assam GK Quiz for the upcoming SI,APSC, PNRD, DHS, APDCL, TET, Agriculture,Assam Police as well as other Assam govt exams. These Assam GK in Assamese Language questions and answers are extremely important and should be a part of your preparation.

https://t.me/AssamPolicePreparation2021

১) ‘অসম’ নামটোৰ কেতিয়াৰ প্ৰচলন হয়?

উত্তৰ : ত্ৰয়োদশ শতিকা মানত আহোম সকলে এই ভূ-খণ্ড জয় কৰাৰ পাছত।

২) অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল?

উত্তৰ : খ্ৰীষ্টিয় নৱম-দশম শতিকা মানত।

৩) অসমৰ পুৰণি নামটি কি?

উত্তৰ : কামৰূপ (প্ৰাগজ্যোতিষপুৰ)

৪) প্ৰথমে কোনে অসমীয়াত ৰামায়ণ ৰচনা কৰিছিল?

উত্তৰ : মাধৱ কন্দলি।

৫) মূল মহাভাৰতখন অসমীয়া পদ্যত ভাঙনি কৰোঁতা জনৰ নাম কি?

উত্তৰ : ৰাম সৰস্বতী।

৬) অসমীয়া গদ্য সাহিত্যৰ জনক কোন?

উত্তৰ : ভট্টদেৱ।

৭) প্ৰথম অসমীয়া লেখিকা গৰাকীৰ নাম কি?

উত্তৰ : পদ্মাৱতী দেৱফুকননী।

৮) প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি?

উত্তৰ : ধৰ্মপুস্তক (১৮১), আত্মাৰাম শৰ্মা।

৯) গুৱাহাটী অনাতাঁৰ কেন্দ্ৰযোগে প্ৰচাৰ হোৱা প্ৰথম নাট খনৰ নাম কি আৰু ইয়াৰ নাট্যকাৰ কোন আছিল?

উত্তৰ : “ধৰালৈ যিদিনা নামিব সৰগ” – সত্যপ্ৰসাদ বৰুৱা।

১০) ইংৰাজী ভাষাৰ আটাইতকৈ বৃহৎ অভিধানখন কি?

উত্তৰ : Oxford English Dictionary.

১১) অসমত প্ৰথম ইংৰাজী অসমীয়া (Anglo assamese) অভিধান কোনে প্ৰণয়ন কৰে?

উত্তৰ : বুদ্ধীন্দ্ৰনাথ ভট্টাচাৰ্যই (যোৰহাট)।

১২) “বন্দো কি ছন্দেৰে” নামৰ প্ৰখ্যাত গীত ৰচয়িতা কোন?

উত্তৰ : অম্বিকাগিৰি ৰায় চৌধুৰী।

১৩) অলিভাৰ টি কট্টাৰ কোন?

উত্তৰ : অসমৰ প্ৰথম বাৰ্তালোচনী “অৰুণোদয়’ৰ (১৮৪৬) প্ৰতিষ্ঠাপক মুদ্ৰক।

১৪) গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল?

উত্তৰ : কৃষ্ণকান্ত সন্দিকৈ। (১৯৪৮-১৯৫৭)

১৫) ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা অসমৰ জাতীয় সংগীত ‘অ মোৰ আপোনাৰ দেশ’……….. ৰ সুৰকাৰ কোন আছিল?

উত্তৰ : কমলা প্ৰসাদ আগৰৱালা।

১৬) অসম সাহিত্য সভাৰ প্ৰথম সভাপতি জনৰ নাম, ঠাই, কিমান চনত জন্ম হৈছিল?

উত্তৰ : পদ্মনাথ গোহাঞিবৰুৱা, শিৱসাগৰ, ডিচেম্বৰ ১৯১৭ চন।

১৭) অসমৰ প্ৰথম স্নাতক ডিগ্ৰী কোনে লাভ কৰিছিল?

উত্তৰ : আনন্দৰাম বৰুৱা।

১৮) অসমৰ প্ৰথম মহিলা আই. এ. এছ (I.A.S.) কোন?

উত্তৰ : পাৰুল দাস (১৯৭৪ চন)

১৯) অসমৰ প্ৰথম মহিলা এ. ছি. এছ. (A.C.S.) কোন?

উত্তৰ : শুচিব্ৰতা ৰায়চৌধুৰী।

২০) কাণখোৱা পুথিখন কোনে ৰচনা কৰিছিল?

উত্তৰ : শ্ৰীধৰ কন্দলি।

https://www.youtube.com/watch?v=5VYEzO5ReZM

২১) শ্ৰীকৃষ্ণৰ শিক্ষাগুৰু কোন আছিল?

উত্তৰ : সান্দিপনী।

২২) অসমৰ পৰা প্ৰকাশিত প্ৰথম ইংৰাজী দৈনিক কাকত খনৰ নাম কি?

উত্তৰ : The Assam Tribune. 

১৯৪৬ চনত ৰাধাগোবিন্দ বৰুৱাৰ দ্বাৰা গুৱাহাটীৰ পৰা প্ৰকাশিত, 

প্ৰথম সম্পাদক – লক্ষ্মীনাথ ফুকন

২৩) নগাঁও জিলাৰ বৰদোৱা সত্ৰত থকা কীৰ্ত্তন ঘৰৰ কাষত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভৰিৰ পতাৰ চিহ্ন থকা এচটা শিল আছে। শিলচটাক কি নামেৰে নামাকৰণ কৰা হৈছে?

উত্তৰ : “পাদশিলা”।

২৪) প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল?

উত্তৰ : বিষ্ণুৰাম মেধি (মাদ্ৰাজ ১৯৫৭)।

২৫) স্বাধীন অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী কোন আছিল?

উত্তৰ : ভাৰতৰত্ন গোপীনাথ বৰদলৈ।

২৬) ৰাষ্ট্ৰৰ সৰ্বোচ্চ আসনত অধিষ্ঠিত হোৱা সুযোগ্য অসম সন্তান জন কোন বাৰু?

উত্তৰ : ফখৰুদ্দিন আলি আহমেদ। (১৯৭৪-৭৭)

২৭) অসমৰ প্ৰথম মহিলা চিকিৎসকৰ সন্মান লাভ কোনে কৰিছিল?

উত্তৰ : ডাঃ ৰজনীপ্ৰভা শইকীয়া।

২৮) লণ্ডন বিশ্ববিদ্যালয়ৰ “ডি-লিট” সন্মান লাভ কৰা ব্যক্তিজন কোন?

উত্তৰ : সূৰ্য কুমাৰ ভূঞা।

২৯) কোন চনত, ক’ৰ পৰা প্ৰথম প্ৰকাশ হৈছিল “জোনাকী” নামৰ আলোচনীখন। প্ৰথম সম্পাদকজন কোন আছিল?

উত্তৰ : ১৮৮৯ চনত কলিকতাৰ পৰা। 

প্ৰথম সম্পাদক – চন্দ্ৰ কুমাৰ আগৰৱালা।

৩০) জ্যোতিপ্ৰসাদ আগৰৱালাহতঁৰ এসময়ৰ “পকী” নামৰ ঘৰটো কি নামেৰে জনাজাত?

উত্তৰ : জ্যোতি ভাৰতী।

৩১) বিষ্ণু ৰাভাৰ প্ৰথমা পত্নীৰ নাম কি আছিল?

উত্তৰ : প্ৰিয়লতা দত্ত।

৩২) কোন কবিৰ কবিতা – ‘মৃত্যুওটো এটা শিল্প / জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য ………..’

উত্তৰ : হীৰেণ ভট্টাচাৰ্য।

৩৩) ইংৰাজৰ ৰাজত্ব কালত ১৯০১ চনতে স্থাপন হোৱা কটন কলেজৰ প্ৰথম অধ্যক্ষ গৰাকী কোন?

উত্তৰ : ফ্ৰেডৰিক উইলিয়াম চুদমাৰ্চন।

৩৪) কোন অসমীয়া মুক্তিযোদ্ধা নাৰীৰ জীৱনৰ ওপৰত আধাৰিত উপন্যাস “অভিযাত্ৰী”?

উত্তৰ : চন্দ্ৰপ্ৰভা শইকীয়ানী।

৩৫) ‘বীণ বৰাগী’ কবিতা পুথিৰ ৰচক কোন?

উত্তৰ :চন্দ্ৰকুমাৰ আগৰৱালা।

৩৬) প্ৰসিদ্ধ চিন্তাবিদ ড° হীৰেণ গোঁহায়ে কোনখন গ্ৰন্থৰ বাবে সন্মানীয় সাহিত্য একাডেমী বঁটা লাভ কৰিছিল?

উত্তৰ : “অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা” শীৰ্ষক গ্ৰন্থৰ বাবে।

৩৭) অ. ভা. উ. সা. সভা বুলিলে কি বুজা?

উত্তৰ : অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা।

৩৮) বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৱ নিযুক্ত উপাচাৰ্শ কোন?

উত্তৰ : ড° অমৰজ্যোতি চৌধুৰী।

৩৯) ২০০৭ চনত চাপৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিবেশনৰ সভাপতি কোন আছিল ?

উত্তৰ : কনক সেন ডেকা। (দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত)

৪০) ২০০৬ চনৰ অসম উপত্যকা বঁটা লাভ কৰা ব্যক্তিজন কোন?

উত্তৰ : নলিনীধৰ ভট্টাচাৰ্য।


https://t.me/AssamPolicePreparation2021

No comments:

Post a Comment

You Can Visit Our YouTube Channel : Digital Gyan