Assam Static GK for TET,Constable AB/UB SI,APSC, PNRD, DHS, APDCL, Agriculture,Assam Police : Assam GK MCQ Part 2 - Digital Gyan Assam

Latest

ALL TYPE OF JOB NOTIFICATIONS UPDATE HERE

Search Here

Thursday, October 21, 2021

Assam Static GK for TET,Constable AB/UB SI,APSC, PNRD, DHS, APDCL, Agriculture,Assam Police : Assam GK MCQ Part 2

Assam Static GK for TET,Constable AB/UB SI,APSC, PNRD, DHS, APDCL, Agriculture,Assam Police : Assam GK MCQ Part 2


Assam Static GK for TET,Constable AB/UB SI,APSC, PNRD, DHS, APDCL, Agriculture 

https://t.me/AssamPolicePreparation2021

Here are the best 25 Assam Latest Current Affairs 2021-22 in assamese for TET,Constable AB/UB SI,APSC, PNRD, DHS, APDCL, Agriculture,Assam Police .Read all these important Assam GK Quiz questions and answers for Competitive Exams in order to answer the questions.

 1. নটসূৰ্য ফণী শৰ্মা বটাঁ ২০২০ কাক প্ৰদান কৰা হয়?

উত্তৰ : ঐশ্বৰ্য কাকতি আৰু ভৱেশ বৰুৱা

2. 24×7 দূৰদৰ্শন অসম চেনেলটো ভাৰতৰ কোনজন মন্ত্ৰীয়ে শুভাৰম্ভ কৰে?

উত্তৰ : প্ৰকাশ জাভেদকাৰে

3. কৌশলগত দিশৰ বিকাশ সাধনৰ বাবে অসমৰ কোনখন ঠাইত এখন কৌশল মহাবিদ্যালয় স্হাপন কৰা হ'ব?

উত্তৰ : মঙলদৈ

4. মহিলা সকলক আৰ্থিক ভাৱে সবল কৰি তুলিবৰ অসম চৰকাৰে ঘোষণা কৰা আচনি খনৰ নাম কি?

উত্তৰ : অৰুণোদয় আচনি

5. ভাৰতৰ কোনখন ঠাইত দেশৰ ভিতৰত দিৰ্ঘতম নদী ৰ'পৱে নিৰ্মাণ কৰা হৈছে?

উত্তৰ : গুৱাহাটী

6. ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰে ২০২০ বৰ্ষৰ "স্বচ্ছ সৰ্বেক্ষণ বটা" উত্তৰ পূবৰ কোনখন কোনখন চহৰক শ্ৰেষ্ঠ পৰিস্কাৰ চহৰ ৰপে সন্মান প্ৰদান কৰে?

উত্তৰ : যোৰহাট

7. ১২৮ তম কমনৱেলথ পইন্টছ অৱ লাইট এৱাৰ্ড অসমৰ কোনে লাভ কৰিছে?

উত্তৰ : যাদৱ পায়েঙ

8. অসমৰ কোন ঠাইত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আগৰৰ গৱেষণা কেন্দ্ৰ স্হাপিত হ'ব?

উত্তৰ : গোলাঘাট

9. ২০২০ বৰ্ষৰ 'দামোদৰ দেৱ বটাঁ' কাক প্ৰদান কৰা হয়?

উত্তৰ : মনোজ কুমাৰ গোস্বামী

10. মূখ‍্যমন্ত্ৰী গ্ৰাম পৰিবহণ যোজনাৰ অধীনত কেইখন গাওঁ সংযোজিত হ'ব?

উত্তৰ : ২০০০ খন 

11. কোনখন ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীৰ বাবে মূক্ত নামভৰ্তিৰ হেতু বৃক্ষ ৰূপণ নীতি ঘোষণা কৰিছে?

উত্তৰ : অসম

12. কোনে ২০২০ বৰ্ষৰ শ‍্যামা প্ৰসাদ মূখাৰ্জী পুৰস্কাৰ লাভ কৰিছে?

উত্তৰ : সৰ্বানন্দ সোণোৱাল

13. গুৱাহাটীত উদ্ৱোধন হোৱা ৰ'পৱেৰ মুঠ দৈৰ্ঘ্য কিমান?

উত্তৰ : ১.৮ কি. মি.

14. অসমৰ কোনগৰাকী বক্সাৰে ২০২০ বৰ্ষৰ অৰ্জুন বটাঁ লাভ কৰিছে?

উত্তৰ : লাভলিনা বৰগোহাঞি

15. ৬৫ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ড ২০২০ ভাৰতৰ কোনখন মহানগৰত অনুষ্ঠিত হয়?

উত্তৰ : গুৱাহাটী

16. অসমৰ কোনখন অভয়াৰণ্যক ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্যবেক্ষিত কৰাৰ কথা ঘোষণা কৰে?

উত্তৰ : দিহিং-পাটকাই

17. দেশৰ দ্বিতীয়টো প্লাজমা বেংক ক'ত মুকলি কৰা হয়?

উত্তৰ : অসমত

18. ভাৰতবৰ্ষৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত সোণালী বাঘৰ সন্ধান লাভ কৰা গৈছে?

উত্তৰ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

19. অৰুণোদয় আচনিৰ দ্বাৰা কিমানটা পৰিয়ালক উপকৃত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে?

উত্তৰ : ১৭ লাখ

20. অসম ৰাজ‍্যিক বিজেপিৰ প্ৰথম মূখ্য মূখপাত্ৰ হিচাপে কাক নিযুক্তি দিয়া হয়?

উত্তৰ : ৰূপম গোস্বামী

21. AASU আৰু AJYCP ৰ নেতৃত্বত গঠিত অসমৰ নতুন আঞ্চলিক দলটোৰ নাম কি?

উত্তৰ : অসম জাতীয় পৰিষদ (AJP)

22. NCC উত্তৰ-পূব ভাৰতৰ নতুন সন্সালক প্ৰধান হিচাপে কোনে কাৰ্যভাৰ গ্ৰহণ কৰে?

উত্তৰ : অনন্ত ভূঞা

23. যোৰহাট আৰু মাজুলীৰ মাজত দলং নিৰ্মাণৰ কাম কেতিয়া আৰম্ভ হ'ব?

উত্তৰ : চলিত বৰ্ষৰ অক্টোবৰ-নৱেম্বৰ মাহত

24. ২০২০ বৰ্ষৰ বকুলবনৰ এৱাৰ্ড কাক প্ৰদান কৰা হয়?

উত্তৰ : ড° কৃষ্ণকান্ত সন্দিকৈ

25. তৃতীয় সংখ্যক খেলো ইণ্ডিয়া যুৱ ক্ৰীয়া সমা ৰোহত অসমে কিমান তম স্হান লাভ কৰে?

উত্তৰ : ৭ম

No comments:

Post a Comment

You Can Visit Our YouTube Channel : Digital Gyan